32 C
Guwahati
Sunday, May 19, 2024

Batori 24

spot_img

‘ভগৱান ৰামে দুপৰীয়াৰ পৰা ৰাতিলৈ সীতাৰ সৈতে বহি মদ (Alcohol) খাইছিল’- এই অদ্ভূট দাবী লেখক তথা বুদ্ধিজীৱী কে এছ ভগৱানৰ

'ৰামে (Ram) দুপৰীয়া সীতাৰ সৈতে বহিছিল আৰু গোটেই দিনটো সুৰাপান (Drinking Alcohol) কৰিছিল। তেওঁ কোনোধৰণৰ গুৰুত্ব নিদিয়াকৈ সীতাক (Maa Sita) জংগললৈ পঠাই দিছিল, গছৰ তলত বহি তপস্যা কৰি থকা এজন শুদ্ৰৰ ডিঙি কাটি দিছিল

সৰস্বতী পূজা, গণতন্ত্ৰ দিৱস আৰু অসম বন্ধ! গণতন্ত্ৰ দিৱস বৰ্জনৰ ভাবুকিৰে আলফা (স্বাঃ)ৰ অসম বন্ধ; পিছে সেইদিনা সৰস্বতী পূজাও

২৬ জানুৱাৰী অর্থাৎ গণতন্ত্ৰ দিৱস (Republic Day) কিন্তু সেইদিনাই জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতী পূজাও (Saraswati Puja)। ইতিমধ্যে সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস আয়োজনৰ প্ৰস্তুতি তুংগত উঠিছে। সমানে সমানে সৰস্বতী পূজাৰ বাবেও সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। মৃৎ শিল্পীসকলৰ অন্তিম পৰশত সাজু হৈ উঠিছে সৰস্বতী মাৰ মূৰ্তিসমূহ

বয়কট ট্ৰেণ্ডিং হ’ল অসাৰ! বাহুবলী-২, কেজিএফ-২ৰ পিছত অভিলেখ গঢ়িলে ‘পাঠানে’! ৪ দিনৰ আগতীয়া বুকিঙত ৪ লাখ ১৯ হাজাৰ টিকট বিক্ৰী

বলীউডৰ কিং খান শ্বাহৰুখ খানে (Shah Rukh Khan) আকৌ এবাৰ বক্স অফিচত (Box Office) খলকনি তুলিবলৈ সাজু হৈ উঠিছে। তেওঁৰ বহু বিতৰ্কিত ছবি ‘পাঠানে’ (Pathaan) মুক্তিৰ পূৰ্বেই আগতীয়াকৈ বুকিঙৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে

এয়া আকৌ কেনেকুৱা প্ৰেম! Ex Girlfriendক দেখুৱাবলৈ প্ৰেমিক-প্ৰেমিকাৰ চলন্ত বাইকত ৰোমাঞ্চ; Video চালে আপোনাৰো নাক কোচ খাব

ছত্তীশগড়ৰ ভিলাই চহৰৰ এটা ভিডিঅ' (Video) ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভিডিঅ'টোত এহাল প্ৰেমিক-প্ৰেমিকাই চলন্ত বাইকত মুকলিভাৱে ৰোমাঞ্চ কৰি থকা দেখা পোৱা গৈছে

‘কোনোবাই বয়কট কৰে, প্ৰতিবাদ কৰে কৰি থাকক; আমি শ্বাহৰুখ খানক চাব যামেই’- ৰঙিয়াৰ এজন যুৱকে কিনিলে ‘পাঠান’ৰ ১৯২টা টিকট

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ (Pathaan) ছবিখনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোণাৰ এজন যুৱকৰ এক আজৱ কাণ্ড

ভাল খবৰ! আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহৎ দ্বীপৰ নাম ২১ গৰাকী পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামাকৰণ

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ (Andaman And Nicobar Island) ২১টা নামহীন দ্বীপৰ (21 Largest Islands) নাম ভাৰতৰ ২১গৰাকী পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ (21 Param Vir Chakra Awardees) নামেৰে নামাকৰণ কৰিলে

Subscribe

- Never miss a story with notifications

- Gain full access to our premium content

- Browse free from up to 5 devices at once

Must read

spot_img