29 C
Guwahati
Sunday, May 19, 2024

ভয়ংকৰ ক’ব নে, কৰুণ! একেখন গাড়ী; দুটাকৈ দুৰ্ঘটনা (Accident), দুটাকৈ স্থান, অকালতে কৰুণ মৃত্যুক সাৱটিলে ২ বছৰীয়া কণমানিয়ে, আহত ৪জন

বোকাখাতৰ (Bokakhat) লখৌজান (Lokhowjan) আৰু লতাবাৰীত (Latabari) সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)

Must Read

বোকাখাতৰ (Bokakhat) লখৌজান (Lokhowjan) আৰু লতাবাৰীত (Latabari) সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) ৷ একেখন গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰিলে দুটাকৈ স্থানত (One Car Two Accident) ৷ দুবছৰীয়া এগৰাকী কণমানি নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকসহ চাৰিজন গুৰুতৰভাবে আহত হয় (4 Person Critically Injured)

 

 

দ্ৰুতবেগী বাহনৰ খুন্দাত (Speeding Car) অকালতে প্ৰাণ হেৰুওৱা কণমানিজনীৰ নাম আলিচা বেগম (২) (2 Years Girl Died)। দুৰ্ঘটনাটোত গুৰতৰভাবে আহত হয় গাড়ীখনৰ চালকসহ চাৰিজন লোক। আহত তচলিমা বেগম (২৫), চালক আতিকুৰ ৰহমান (২০), পদ্মেশ্বৰ পেগু (২২) আৰু ৰঞ্জিত চাওতাল (৩০)। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে- AS 01 BS 6888

গাড়ীখনে লখৌজানত দুজনক খুন্দিয়াই আহি লতাবাৰীত কণমানিজনীক খুন্দিয়াই। ফলত থিতাতে প্ৰাণ হেৰুৱাই ২ বছৰীয়া আলিচাই। লগতে দুৰ্ঘটনাটোত আহত হয় কণমানিটিৰ মাতৃ। দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত হুলস্থুল পৰিৱেশৰ সৃষ্টি। ইফালে স্থানীয় ৰাইজে বাহনখনৰ চালকক আটক কৰি প্ৰহাৰো কৰে।

Photo & Input: পপী শইকীয়া

লগতে পঢ়কঃ জানি থওক! আপোনাৰ স্মাৰ্টফোনটোও (Smartphone) বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে; গতিকে ভুলতেও এইকেইটা কাম নকৰিব, আহক জানো কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -