38.4 C
Guwahati
Wednesday, May 15, 2024

আজি দিনটোৰ ৰাশিফল, জানক আপোনাৰ দিনটো কেনে যাব

Must Read

Jyotish Acharya Himangkor Mazumdar
Jyotish Acharya Himangkor Mazumdar
My first study about on panchan jyotish but now horoscope read by modern astrology from vedic also I can use k.p method and advance stellar system for better prediction which is called mathematic astrology. Horary jyotish one is the most interesting part of astrology which help to see the present time prediction. Importantly I studied and my research also going on about medical astrology and it is quite interesting for a science student.

ৰাশিফল

তিথি- শুক্লা চতুৰ্থী
নক্ষত্ৰ- পূৰ্বাষাঢ়া
যোগ- গণ্ড
কৰণ- বণিজ ঘ: ৯/৩৬ যোৱাত বিষ্টি

মেঘ- শৰীৰ প্ৰতি যত্ন লব। কৰ্মত শুভ। ব্যৱসায়ীৰ শুভ। বিদ্যাৰ্থীৰ শুভ। ঘৰুৱাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩

বৃষ- সুখ আনন্দ লাভ। নিবনুৱাৰ শুভ। ধন প্ৰাপ্তি। কৰ্মত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ২

মিথুন- কাৰ্য্য সিদ্ধি। ব্যৱসায়ী সকলৰ শুভ। সাংসাৰিক শুভ। চিন্তা বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫

কৰ্কট- আনন্দ লাভ। কৰ্ম ব্যস্ততা বৃদ্ধি। বিদ্যাৰ্থীৰ মধ্যমীয়া। প্ৰবাসীৰ শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৯

সিংহ- মানসিক অশান্তি। কৰ্মক্ষেত্ৰত শুভ। প্ৰেম তথা বিবাহ উপযোগী সকলৰ শুভফল। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬

কন্যা- ব্যৱসায়ীৰ শুভ। বিদ্যাৰ্থীৰ শুভ। শৰীৰ প্ৰতি গুৰুত্ব দিব। মানসিক অশান্তি। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২

তুলা- চিন্তা বৃদ্ধি। শৰীৰ স্বাস্থ্যৰ উন্নতি। সাংসাৰিকত শুভ। কৰ্ম ক্ষেত্ৰত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩

বৃশ্চিক- কৰ্ম ব্যস্ততা বৃদ্ধি। বিদ্যাৰ্থীৰ শুভ। মানসিক শান্তি। প্ৰেমত শুভ। ঘৰুৱাত শুভ। নিবনুৱাৰ শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৭

ধনু- শাৰীৰিক দুৰ্বলতা। কৰ্মত শুভ।ব্যৱসায়ী সকলৰ নতুন দিশ লাভ। ঘৰুৱাত শুভ। ভ্ৰমণৰ যোগ। শুভ ৰং কমলা। শুভ সংখ্যা ৭

মকৰ- কৰ্ম ব্যস্ততা বৃদ্ধি। প্ৰবাসীৰ শুভ। শৰীৰ অসুস্থতাৰ যোগ। চিন্তা বৃদ্ধি। প্ৰেমত শুভ।শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭

কুম্ভ- ধন প্ৰাপ্তি। কৰ্মত শুভ। শৰীৰত উন্নতি। বিদ্যাৰ্থীৰ চেষ্টাৰ প্ৰয়োজন। সাংসাৰিক শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩

মীন- ভ্ৰমণৰ যোগ। ব্যৱসায়ীৰ শুভ। কৰ্মত শুভফল। ঘৰুৱাত শুভ। ধনৰ অপব্যয় হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -