31 C
Guwahati
Saturday, May 18, 2024

Father Killed By 3 Sons In Dhubri: এনে পুত্ৰ থকাতকৈ নথকাই ভাল! দা-খুকুৰিৰে ঘপিয়াই ঘপিয়াই পিতৃক নৃশংসভাবে হত্যা কৰে ৩ পুত্ৰই; প্ৰথমে দৌৰাই দৌৰাই পিতৃক কৰে মাৰপিট…তাৰ পিছৰ পৰিণতি এয়া

Father Killed By 3 Sons In Dhubri: মানৱতাক লজ্জানত কৰা এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰৰ (Chapar Under Assam’s Dhubri District) ছছলাপাৰা গাঁৱত (Saslapura Village)

Must Read

Father Killed By 3 Sons In Dhubri: মানৱতাক লজ্জানত কৰা এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰৰ (Chapar Under Assam’s Dhubri District) ছছলাপাৰা গাঁৱত (Saslapura Village)। পিতৃক নিষ্ঠুৰভাবে হত্যা কৰিলে তিনি পুত্ৰই (Father Killed By 3 Sons In Dhubri)।

পিতৃয়ে প্ৰাণৰ মমতাত দৌৰি পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি গাঁৱৰ এঘৰ পৰিয়ালৰ চোতালত ঘপিয়াই ঘপিয়াই হত্যা কৰে পিতৃ ছপিয়াল হকক (Father Brutally Hacked To Death By Three Of His Own Sons)। হত্যাকাণ্ড সংঘটিত কৰিয়েই ৩ পুত্ৰৰ ঘটনাস্থলীৰ পৰা পলায়ন। এই ভয়ংকৰ হত্যাকাণ্ডটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা বিৱৰণি অনুসৰি, চাৰিওজনৰ মাজত ভাত খাবলৈ বহি সামান্য এটি কাজিয়াৰ সূত্ৰপাত হয়। তাতেই খৰ্গহস্থ হৈ তিনি পুত্ৰই ক্ৰমে জহৰত আলী, নুৰ হুছেইন আৰু নুৰ মহম্মদ শেখে নিজ পিতৃ ছপিয়াল হকক (The Deceased Father, Identified As Sopiyal Ali) প্ৰথম অৱস্থাত নিৰ্মমভাৱে মাৰপিট কৰে (Father Killed By 3 Sons In Dhubri)

ইমানটো ক্ষান্ত নাথাকি দা, খুকুৰি আদি চোকা অস্ত্ৰৰে আঘাত কৰে। পুত্ৰ প্ৰহাৰ সহিব নোৱাৰি প্ৰাণৰ মমতাত দৌৰি পলাবলৈ চেষ্টা কৰে যদিও পিতৃক খেদি খেদি দা-খুকুৰিৰে ঘপিয়াই ঘপিয়াই নৃশংসভাবে হত্যা কৰে (Father Killed By 3 Sons In Dhubri)। ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে তিনি পুত্ৰই। ঘটনাস্থলীত আৰক্ষী (Dhubri Police) উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।

Photo & Input: নাছিৰ উদ্দিন

লগতে পঢ়কঃ Kaziranga National Park To Be Closed: ফুৰিবলৈ যাবলৈ আছে যদি আৰু দেৰি নকৰিব; হাতত সময় আছে মাথো ৪ দিন, কাৰণ মে’ মাহৰ পৰা বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কিন্তু…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -