23.1 C
Guwahati
Sunday, May 12, 2024

Assam SLRC Grade 3 Result: ১১ বজাৰ পৰিৱৰ্তে আজি ২ বজাত ঘোষণা হ’ব তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল; sebaonline.orgত পাব এই ফলাফল, তলত দিয়া হৈছে সম্পূৰ্ণ Details

Assam SLRC Grade 3 Result: ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (State Level Recruitment Commission, SLRC)ৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ (Grade 3) পদৰ ফলাফল ঘোষণা হ’ব আজি অৰ্থাৎ ৩ মে' ২০২৩

Must Read

Assam SLRC Grade 3 Result: ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (State Level Recruitment Commission, SLRC) ৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ (Grade 3) পদৰ ফলাফল ঘোষণা হ’ব আজি অৰ্থাৎ ৩ মে’ ২০২৩।

ফলাফলৰ লিংক আজি পুৱা ১১ বজাত সক্ৰিয় হোৱাৰ কথা আছিল যদিও শেহতীয়া আপডেট অনুসৰি, ফলাফল লিংক দুপৰীয়া ২ বজাত এক্টিভ কৰা হ’ব। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ ৱেবছাইট sebaonline.org.ত চাব পাৰিব।

Assam SLRC Grade 3 Result
Assam SLRC Grade 3 Result

চেক কৰক আপোনাৰ ফলাফলঃ Assam SLRC Grade-3 Result 2023

ফলাফলৰ ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam SLRC Grade 3 Result)। তেওঁ টুইটাৰযোগে এই কথা জনাইছিল…

তৃতীয় বৰ্গৰ ১১,৫১০টা পদৰ চাকৰিৰ ফলাফল ঘোষণা কৰা হ’ব আজি দুপৰীয়া ২ বজাত ছেবাৰ ৱেবছাইটত।
আনহাতে, ৪ মে’ত চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল ঘোষণা কৰা হ’ব। ফলাফল ঘোষণাৰ পিছত নিৰ্বাচিত প্ৰাৰ্থীসকলক কোনটো বিভাগত নিযুক্তি দিয়া হ’ব সেয়া অহা ৯ মে’ তাৰিখে এক লটাৰীৰ জৰিয়তে চূড়ান্ত কৰা হ’ব।

ইয়াৰ পিছতেই, ১১ মে’ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে মুঠ ২৬ হাজাৰৰো অধিক পদৰ বাবে বাছনিকৃত প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

কেনেকৈ চেক কৰিব আপোনাৰ ফলাফল (Assam SLRC Grade 3 Result)-

Step 1. Go to the official website at sebaonline.org
Step 2. On the homepage, click on Assam Grade 3 recruitment result link
Step 3. Now, login using your registered details
Step 4. Your result will be displayed on the screen
Step 5. Download and take a printout of the result page for future reference

Photo: Google

লগতে পঢ়কঃ Karishma Nath Controversy: আকৌ বিতৰ্কত কৰিশ্মা নাথ! ”মোৰ ভিডিঅ’টো চালে গম পাব; মই ভৰিৰে মোবাইলটো গুচাই দিছিলো, তেতিয়া কাষত থকা গামোচাখন ভৰিত লাগিল”- কৰিশ্মা নাথৰ স্পষ্টীকৰণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -