WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

ৰাহুল গান্ধীলৈ ৫০ লাখ টকা ফিক্সড ডিপোজিটৰ লগতে ১০ টোলা সোণ উপহাৰ এগৰাকী বৃদ্ধাৰ - Batori24
35 C
Guwahati
Thursday, May 2, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

ৰাহুল গান্ধীলৈ ৫০ লাখ টকা ফিক্সড ডিপোজিটৰ লগতে ১০ টোলা সোণ উপহাৰ এগৰাকী বৃদ্ধাৰ

Must Read

ৰাহুল গান্ধীলৈ ৫০ লাখ টকা ফিক্সড ডিপোজিটৰ লগতে ১০ টোলা সোণ উপহাৰ এগৰাকী বৃদ্ধাৰ

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীলৈ এগৰাকী বৃদ্ধৰ জীৱনৰ সকলো আৰ্জিত ধন হস্তান্তৰ কৰা ঘটনাই সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছে। দেৰাডুনৰ এটা বৃদ্ধ আৱাসত থকা ৭৯ বছৰীয়া এগৰাকী বৃদ্ধাই তেওঁৰ সম্পত্তিৰ মালিকিস্বত্ব ৰাহুল গান্ধীলৈ হস্তান্তৰ কৰি ন্যায়ালয়ত ইচ্ছাপত্ৰ দাখিল কৰে। ৭৯ বছৰীয়া পুষ্পা মুঞ্জিয়ালে মুঠ ৫০ লাখ টকাৰ ফিক্সড ডিপোজিতৰ লগতে ১০ টোলা সোণ ৰাহুল গান্ধীৰ নাম কৰিছে।

পুষ্পা মুঞ্জিয়ালে ৰাহুল গান্ধীক তেওঁৰ সম্পত্তি হস্তান্তৰ কৰা সন্দৰ্ভত কয় যে, তেওঁ গান্ধী পৰিয়ালৰ দ্বাৰা প্ৰভাৱিত। ৯ বছৰ পূৰ্বৰে পৰা ফিক্সড ডিপোজিত কৰিবলৈ আৰম্ভ কৰিছিল। এই ফিক্সড ডিপোজিত কৰাৰ সময়তে তেওঁ ৰাহুল গান্ধীৰ নাম নমিনি হিচাপে দিছিল।

উল্লেখ্য যে, পুষ্পা মুঞ্জিলা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। এক দুৰ্ঘটনাত তেওঁ তেওঁৰ দৃষ্টি শক্তি হেৰুৱাইছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ১৯৯৯ চনৰ পৰাই তেওঁ বৃদ্ধ আৱাসত বাস কৰি আহিছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`