35 C
Guwahati
Friday, May 17, 2024

ৰ’ছ টেইলৰৰ ক্ৰিকেট যাত্ৰাৰ সমাপ্তি

Must Read

ৰ’ছ টেইলৰৰ ক্ৰিকেট যাত্ৰাৰ সমাপ্তি

নিউজিলেণ্ডৰ কিংবদন্তি ক্ৰিকেটাৰ ৰ’ছ টেইলৰে আন্তৰ্জাতিক কেৰিয়াৰৰ অন্তিমখন এদিনীয়া মেচত নেদাৰলেণ্ডৰ বিপক্ষে ১৪ ৰান কৰি বিদায় লয়। মেচ খন ১৬ টা বল খেলি লগান ভান বিকৰ বলত আউট হোৱাৰ পিছত টেইলৰক ডাচ খেলুৱৈসকলে বিদায় সম্ভাষণ জনায়।

হেমিল্টনত অনুষ্ঠিত মেচখন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত বজাই খেলুৱৈ গৰাকীক অভিবাদন জনোৱা হয়। সতীৰ্থসকলৰ সৈতে থিয় হৈ থকাৰ সময়ত টেইলৰৰ দুচকু সেমেকি উঠে।

উল্লেখ্য যে নেডাৰলেণ্ডৰ এইগৰাকী খেলুৱৈয়ে তেওঁৰ বৰ্ণিল কেৰিয়াৰত ১১২ খন টেষ্ট খেলাৰ লগতে ২৩৫ খন এদিনীয়া আৰু ১০২ খন T-20 মেচত অংশগ্ৰহণ কৰে। নেডাৰলেণ্ডৰ বিপক্ষে এইখন আছিল তেওঁৰ ৪৫০ সংখ্যক মেচ। টেইলৰে ১১২ খন টেষ্টত ৭৬৮৩ ৰান, ২৩৫ খন এদিনীয়াত ৮৫৯৩ আৰু ১০২ খন টি-২০ মেচত সংগ্ৰহ কৰে ১৯০৯ ৰান।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -