WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা… - Batori24

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

31 C
Guwahati
Friday, May 3, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা…

Must Read

কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলীচালনা…

পুনৰ উত্তপ্ত পৰিস্থিতি জম্মু-কাশ্মীৰত। সোমবাৰে জম্মু-কাশ্মীৰৰ ছোপিয়া জিলাত সন্ত্ৰাসবাদীয়ে কাশ্মীৰী পণ্ডিতক গুলীয়াই আহত কৰে।

জানিব পৰা মতে আহত হোৱা ব্যক্তি গৰাকী বাল কৃষ্ণ আৰু তেওঁ হাত-ভৰিত কিছু পৰিমাণে আঘাত পাইছে। এই ঘটনাৰ পাছতেই তেওঁক শ্ৰীনগৰৰ সৈন্য হস্পাতাললৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, কাশ্মীৰী পণ্ডিত গৰাকীয়ে দোকানত থকাৰ সময়তে তেওঁৰ ওপৰত গুলীবৰ্ষণ হয়। ইয়াৰ পূৰ্বে শ্ৰীনগৰৰ এটা অঞ্চলত চিআৰপিএফৰ ওপৰত গুলীবৰ্ষণ কৰিছিল সন্ত্ৰাসবাদীয়ে,যত এজন জোৱান শ্বহীদো হয় আৰু অন্য এজন আহত হয়।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`