এই প্রতিযােগিতাত ভাৰতৰ লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত আৰু পি ভি সিন্ধুৱে ভাগ ল’ব
পুৰুষৰ চিংগলছত জার্মান অ’পেন, অল ইংলেণ্ড চেম্বিয়নশ্বিপৰ ফাইনেল খেলা
লক্ষ্য সেনে কোৰিয়াৰ চ’ই জি হুনৰ বিৰুদ্ধে নিজৰ অভিযান মুকলি কৰিব
কিদাম্বি শ্ৰীকান্তে প্রথমখন খেলত মালয়েছিয়াৰ লিউ ডাৰেণৰ বিৰুদ্ধে
আৰু এইচ এছ প্ৰণয়ে মালয়েছিয়াৰে চেম জুন ৱেইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব