30 C
Guwahati
Friday, May 17, 2024

ঈদ উপলক্ষে SOP! কি কি কৰিব পাৰিব বা নোৱাৰিব পঢ়ক

Must Read

ঈদ উপলক্ষে SOP! কি কি কৰিব পাৰিব বা নোৱাৰিব পঢ়ক

‘বকৰিদ’ উপলক্ষে অসমত এইবাৰ এছ অ পি (SOP) সদৰি কৰিছে চৰকাৰৰ ফালৰ পৰা । কোৰবাণী বিতৰ্কৰ মাজতেই নতুন এছ অ পি জাৰি কৰিছে গৃহ বিভাগে।

এই নিৰ্দেশনাত গৰু বা অন্য জন্তু কোৰবাণী দিয়াক লৈ বিশেষ কথা উল্লেখ কৰা হৈছে। গৰু, উট আদিৰ হত্যা অবৈধ বুলি সদৰি কৰা হৈছে নিৰ্দেশনাত।

ৰাজ্যখনত চলি থকা কোৰৱনী বিতৰ্কৰ মাজতে, ৰাজ্য চৰকাৰে ১০ জুলাই, ২০২২ তাৰিখে ‘বকৰিদ’ উপলক্ষে গৰু, উট আৰু অন্যান্য জন্তুৰ অবৈধ হত্যা/বলি প্ৰতিহত কৰাৰ বাবে এক নিৰ্দেশনা (এছ.ও.পি.) জাৰী কৰিছে।

গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি অবৈধ হত্যা আৰু কোৰবাণী নিষিদ্ধ কৰা হৈছে। আইন মানি সকলোৱে নিজৰ নিজৰ পৰম্পৰা ৰক্ষা কৰিব পাৰি।

সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি বকৰি ঈদৰ দিনা জীৱ-জন্তু সৰবৰাহ আইন মানি চলিব লাগিব। পশু নিয়ম পৰিবহন উলংঘনৰ বাবে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈয়ো নিৰ্দেশ দিছে গৃহ বিভাগে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -