28 C
Guwahati
Saturday, May 4, 2024

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু , আততায়ীৰ গুলীত আহত প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ

Must Read

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু , আততায়ীৰ গুলীত আহত প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ

হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই। পুৱা দুৰ্বৃত্তই গুলীচালনা কৰিছিল শ্বিনজ’ আবেলৈ। নিৰ্বাচন প্ৰচাৰৰ সময়ত ভাষণ দিয়াৰ সময়তে গুলীবিদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজি আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মঞ্চতে ঢলি পৰিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু শেষ ৰক্ষা নহ’ল আবেৰ। ইতিমধ্যে আততায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে আবেলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰি সেই স্থানতে ৰৈ আছিল আক্ৰমণকাৰী। পলাবলৈও কোনো চেষ্টা কৰা নাছিল আক্ৰমণকাৰীয়ে। কিয় আবেৰ ওপৰত এই আক্ৰমণ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -