25 C
Guwahati
Monday, April 29, 2024

প্ৰায় ৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য

Must Read

এইবাৰ ডাম্পাৰৰ পৰা জব্দ বৃহৎ পৰিমাণ নিষিদ্ধ ড্ৰাগছ ।মণিপুৰৰ পৰা অহা ডাম্পাৰত জব্দ নিষিদ্ধ ড্ৰাগছ । এক লাখ YABA টেবলেট জব্দ মহানগৰ আৰক্ষীৰ । মণিপুৰৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰি থকাৰ সময়তে জব্দ নিষিদ্ধ নিচাযুক্ত সামগ্ৰীখিনি । নিচাযুক্ত সামগ্ৰীখিনিৰ মূল্য

প্ৰায় ৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । মণিপুৰ আৰু বিহাৰৰ লোকে এইবাৰ সৰবৰাহ কৰিছিল নিষিদ্ধ নিচাযুক্ত সামগ্ৰী খিনি ।

মণিপুৰৰ ইছলাউদ্দীন, মহ: আবৈ আৰু চলিল আহমেদ লগতে বিহাৰৰ আব্বাছ আলী জড়িত আছিল এই সৰবৰাহত। MN 06 J 2136 নম্বৰৰ ডাম্পাৰ বাহনত চেম্বাৰ বনাই আনিছিল ড্ৰাগছখিনি । যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -