28 C
Guwahati
Monday, May 20, 2024
HomeTagsCrime

Tag: Crime

spot_imgspot_img

এয়াই হৈছে কলি যুগ! প্ৰথমে তৰ্কাতৰ্কি; তাৰ পিছত পাষাণ পুত্ৰই হানি-খুঁচি হত্যা (Murder) কৰিলে মাতৃক, হত্যা কৰি ৰাইজক দেখুৱাবলৈ লৈ যায় হাস্পতাললৈও, তাৰ পিছত…

নলবাৰীৰ (Nalbari) সাগৰকুছিত (Sagarkuchi) সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা (Murder Case)। পুত্ৰ প্ৰাঞ্জল কলিতাৰ নৃশংস আক্ৰমণত প্ৰাণ হেৰুৱালে ৫০ উৰ্ধৰ মাতৃ পূৰ্ণিমা কলিতাই (Nalbari Man Killed His Mother)

প্ৰথমে অপহৰণ, তাৰ পিছত ধৰ্ষণ! দেৱী পূজাৰ দিনাই ১০জন যুৱকৰ দলবদ্ধ ধৰ্ষণ (Gang Rape) এগৰাকী যুৱতীক; নিচাযুক্ত টেবলেট খুৱাই অপহৰণ কৰি কৰে ধৰ্ষণ

বশিষ্ঠত (Basistha) এগৰাকী যুৱতীক ১০ জনীয়া যুৱকৰ দলে এগৰাকী যুৱতীক কৰে দলবদ্ধ ধৰ্ষণ (Gang Rape Case)। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ধৰ্ষণৰ ঘটনাটো

প্ৰেমে নামানে একো! ফেচবুকত বিবাহিত মহিলাৰে পৰকীয়া প্ৰেম আৰক্ষী বিষয়াৰ; তাৰ পিছত নৈশ যাপন আৰু পুৱা হতা-হতি, কটাকটি আৰু জেল…

পুনৰ চৰ্চাত খাকী পোছাকধাৰী অসম আৰক্ষী (Assam Police)! এইবাৰ ফেচবুকৰ জৰিয়তে বিবাহিত মহিলাৰ সৈতে প্ৰেম কৰি নিশা একেলগে থাকি পুৱা মহিলাগৰাকীক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল এজন আৰক্ষী বিষয়া (Police Officer Arrest)

নিষ্ঠুৰতাৰ সীমা পাৰ! চাকৰিৰ বাবে ৫ মহীয়া কন্যা সন্তানক খালত দলিয়াই পেলালে নিষ্ঠুৰ পিতৃ-মাতৃয়ে…

দেওবাৰে বিকানেৰৰ (Bikaner) ছতৰগড়ত সংঘটিত হৈছিল এই নিষ্ঠুৰ ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঝৱৰলাল মেঘৱাল নামৰ ঠিকাভিত্তিক কৰ্মচাৰীজনে নিজৰ চাকৰিটো নিয়মীয়া হোৱাৰ অপেক্ষা কৰি আছিল

লজ্জাজনক! মলৰ ভিতৰত নগ্ন কৰি যুৱকক তালাচী; লাজ-অপমানত মুখ ওলাব নোৱাৰি কৰিলে আত্মহত্যা, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

পুনৰ অসমীয়া যুৱকৰ প্ৰাণ ল'লে বহিৰাগত ব্যাৱসায়ীক প্ৰতিষ্ঠানে। ৰঙিয়াত (Rangia) বহিৰাগত প্ৰতিষ্ঠানৰ নিৰ্যাতনৰ বলি হৈ ৰঙিয়াৰ এজন যুৱকে আত্মহত্যা (Youth Commited Suicide) কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

এশ গৰু মাৰিলে বাঘৰো মৰণ! দীৰ্ঘদিনে ট্ৰেভেল এজেঞ্চীক ঠগি ঠগি অৱেশষত আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক

অৱশেষত জালত পৰিল দীৰ্ঘদিনে প্ৰৱঞ্চনা কৰি ফুৰা এটা মহাপ্ৰৱঞ্চক (Fraud Arrest)। মহানগৰীৰ ৩টাকৈ ট্ৰেভেল এজেঞ্চীক ঠগি আছিল মহাপ্ৰৱঞ্চক ঋষি ৰাজখোৱাই

Subscribe

- Never miss a story with notifications

- Gain full access to our premium content

- Browse free from up to 5 devices at once

Must read

spot_img