32 C
Guwahati
Wednesday, May 15, 2024

Sikkim Avalanche: ভয়ংকৰ হিমস্খলন; দ’ খাৱৈত বাছ বাগৰি ৭ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটে, আৱদ্ধ ১৫০ গৰাকীতকৈও অধিক লোক, ভয়ংকৰ হিমস্খলনৰ ভয়ংকৰ দৃশ্য…

Sikkim Avalanche Gangtok-Nathu La Road Six Dead 150 rescue| ছিকিমৰ গেংটক-নাথুলা ৰোডত সংঘটিত ভয়ংকৰ হিমস্খলনে (Gangtok-Nathu La Road In Sikkim) ৭ গৰাকী লোকৰ প্ৰাণ লয়। এই বৰফৰ ধুমুহাৰ বাবে পৰ্যটকৰ গাড়ী দ' খাৱৈত বাগৰি পৰে আৰু ঘটনাস্থলীতে ৭ গৰাকী লোকে প্ৰাণ হেৰুৱালে। এটি শিশুও অন্তৰ্ভুক্ত। বৰ্তমানো ১৫০ গৰাকী লোক তলত আৱদ্ধ হৈ পৰিছে। ২২ গৰাকী লোকক সফলতাৰে উদ্ধাৰ কৰা হৈছে।

Must Read

Sikkim Avalanche Tsomgo Six Dead 150 rescue| ছিকিমৰ গেংটক-নাথুলা ৰোডত (Gangtok-Nathu La Road In Sikkim) সংঘটিত ভয়ংকৰ হিমস্খলনে (Massive Avalanche) ৭ গৰাকী লোকৰ প্ৰাণ লয়।

এই বৰফৰ ধুমুহাৰ বাবে পৰ্যটকৰ গাড়ী দ’ খাৱৈত বাগৰি পৰে আৰু ঘটনাস্থলীতে ৭ গৰাকী লোকে প্ৰাণ হেৰুৱালে (Seven Tourists Dead, Several Feared Trapped As Avalanche Hits Nathu La)। বৰ্তমানো ১৫০ গৰাকী লোক তলত আৱদ্ধ হৈ পৰিছে। ২২ গৰাকী লোকক সফলতাৰে উদ্ধাৰ কৰা হৈছে।

জানিবলৈ দিয়া অনুসৰি মঙলবাৰে Tsomgoত ভয়ংকৰ বৰফৰ ধুমুহা হৈছিল। সেই ধুমুহাৰ ফলতে এখন পৰ্যটকৰ বাহন নিয়ন্ত্ৰণহীন হৈ পৰে আৰু দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত ৪জন পুৰুষ (4 Person Died), এগৰাকী মহিলা (One Women Died) আৰু এটি শিশুৰ ঘটনাস্থলীতে (One Child Died) মৃত্যু হয়। চিন্তাৰ বিষয় হৈ পৰিছে যে ১৫০ গৰাকী লোক এতিয়া বৰফৰ তলতে আৱদ্ধ হৈ আছে। স্থানীয় লোকসকলে ছিকিম আৰক্ষীৰ (Sikkim Police) সৈতে মিলি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বহুকেইগৰাকী লোক গুৰুতৰভাবে আহত, গতিকে মৃত্যুৰ সংখ্য়া বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক। বৰ্তমান বৰফ আঁতৰোৱাৰ কাম আৰম্ভ কৰি দিছে।

জানিব পৰা অনুসৰি, ছিকিম আৰক্ষী (Sikkim Police), এছ’চিয়েশ্যন অৱ ট্ৰেভেল এজেণ্টছ অৱ ছিকিম, পৰ্যটন বিভাগৰ বিষয়া আৰু চালকসকলে উদ্ধাৰ অভিযান চলাই আছে।

Photo: Google

লগতে পঢ়কঃ 8 Foods You Shouldn’t Eat With Beer| Beerৰ সৈতে ভুলতেও নাখাব এইবোৰ বস্তু; অন্যথা আপোনাৰ শৰীৰৰ হ’ব বিভিন্ন সমস্যা, পিছে জানো আহক কি কি বস্তু?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -