29 C
Guwahati
Sunday, May 19, 2024

Guwahati Women Died: মোবাইলে হৈ পৰিল কাল! কুঁৱাত পৰি যোৱা মোবাইল উঠাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই

Guwahati Women Died: মহানগৰীৰ বামুণীমৈদামৰ জ্যোতিনগৰৰ গণেশ নগৰৰ শংকৰ মাধৱ পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

Must Read

Guwahati Women Died: মহানগৰীৰ বামুণীমৈদামৰ জ্যোতিনগৰৰ (Guwahati Bamunimaidam Jyotinagar) গণেশ নগৰৰ শংকৰ মাধৱ পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Tragic Incident)।

জাবৰ পেলাবলৈ গৈ জাবৰৰ গাঁতত পৰি এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লয় (Guwahati Women Died)। মৃত মহিলাগৰাকীৰ নাম অলকা শৰ্মা (৫৬)।

ঘটনাটো জানিবলৈ দিয়া অনুসৰি, পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এই ঘটনাটো (Guwahati Women Died)। মহিলাগৰাকীয়ে ঘৰৰ চৌহদতে থকা জাবৰ পেলাবলৈ ব্যৱহাৰ কৰা প্ৰায় ৫ ফুট দ কুঁৱা এটাত জাৱৰ পেলাবলৈ গৈছিল (Women Falls Into Deep Well)। কিন্তু হঠাৎ জাবৰৰ লগতে তেওঁৰ মোবাইলটোও কুঁৱাটোত পৰি যায়।

তাৰ পিছত পৰি যোৱা মোবাইলটো উঠাবলৈ চেষ্টা কৰোতে মহিলাগৰাকী কুঁৱাটোত পৰি কৰুণ মৃত্যুক (Tragic Died) সাৱটি লয়।

ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, আগৰে পৰা কুঁৱাটোত থকা জাবৰ জ্বলি আছিল আৰু সেই জুইতে মহিলাগৰাকী পৰি অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় (Guwahati Women Died)। ঘটনাস্থলীত চানমাৰি আৰক্ষী (Chandmari Police) উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

Photo: Batori24

লগতে পঢ়কঃ Mobile Internet: 5G হোৱাৰ পিছতো Slow চলি আছে নেকি আপোনাৰ মোবাইল ইণ্টাৰনেট? যদি হয় তেন্তে এই Trickটো কৰি চাওক, পাব ছুপাৰফাষ্ট স্পীড

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -