35 C
Guwahati
Wednesday, May 15, 2024

Meghalaya Landslide: খুবেই দুখলগা! ভূমিস্খলনত জীৱন্তে পোত যায় ২ ভগ্নী; শুই থাকোতে ঘৰৰ ওপৰত খহি পৰে প্ৰকাণ্ড পাহাৰ…আন ২ শিশু গুৰুতৰভাবে আহত

Meghalaya Landslide 2 Sisters Died: মেঘালয়ত সংঘটিত হৈছে এক কৰুণ ঘটনা। পশ্চিম খাচি পাহাৰ জিলাত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা

Must Read

Meghalaya Landslide 2 Sisters Died: মেঘালয়ত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। পশ্চিম খাচি পাহাৰ (West khasi hills) জিলাত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা (Meghalaya Horrific Landslide)।

পিনদেন-গ্ৰেই ডমাউলিনত হোৱা ভূমিস্খলনত একেলগে প্ৰাণ হেৰুৱালে ২ ভগ্নীয়ে (2 Sisters Died Together)। শুই থকা অৱস্থাতে পুৱা ভূমিস্খনত জীৱন্তে পোত যায় দুয়োগৰাকী। ঘৰৰ ওপৰত খহি পৰে প্ৰকাণ্ড পাহাৰ (Rock Falls On To House)

Meghalaya Landslide

নিহত ভগ্নীদ্বয়ৰ নাম কেফিনিয়া নংচিজ আৰু মাইনিলা নংচিজ। এই ভূমিস্খলনত সামান্যভাৱে আহত হয় আন দুটি শিশুও। পিতৃ আলেকজেণ্ডাৰ লিংড’ৰ সৈতে শুই আছিল চাৰিটাওটি সন্তান (Meghalaya Landslide)

Meghalaya Landslide
মৃত ২ ভগ্নী

বিগত কেইবাদিনো ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ (North East) আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হৈয়ে আছে। যাৰ ফলত ব্যাহত হৈছে সাধাৰণ জন-জীৱন।

গুৱাহাটী মহানগৰীতো হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ঠায়ে-ঠায়ে বানপানীৰ লগতে ভূমিস্খলনৰ (Landslide) ঘটনা সংঘটিত হৈ আছে।

উল্লেখ্য শুকুৰবাৰে মেঘালয়ৰ পূব জয়ন্তীয়া হিলছৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ দিশত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (Massive Landslide Blocks Meghalaya Nh 6 In East Jaintia Hills)। যাৰ ফলত আৱদ্ধ হৈ পৰে শ শ বাহন। বিগত ১৯ ঘণ্টা ধৰি পথটোৰ ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা।

১১ জুনতো সেই একে স্থানতে মুষলধাৰ বৰষুণৰ ফলত হৈছিল ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (Horrific Landslide)

আনহাতে, মেঘালয়ৰ আৰক্ষীয়ে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ পৰা অহা পর্যটকক সেই পথটোৰে অতি কম স্পীডত যান বাহনৰ চলাচল কৰিবলৈ নিৰ্দেশ দিছে (Meghalaya Landslide)। আনকি কোনো বাহনকে অভাৰ টেক নকৰিবলৈও নিৰ্দেশ জাৰি কৰিছে।

Photo: Batori24

লগতে পঢ়কঃ Jonali Nath Case Update: কি সঁচা, কি মিছা! জোনালীৰ হত্যাৰে জড়িত আন এজনক গ্ৰেপ্তাৰ; এইজন আজিবুৰৰ সৈতে মিলিয়েই হাছানুৰ ইছলামে হত্যা কৰিছিল জোনালী নাথক, হত্যা কৰি “ঠাণ্ডা” খাইছিল হাছানুৰে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -