29 C
Guwahati
Saturday, May 18, 2024

Couple Dies Electrocution: খুবেই মৰ্মান্তিক! বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ একেদিনাই প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীয়ে…পৰিয়ালটোত কান্দোনৰ ৰোল

Couple Dies Electrocution At Gauripur: গৌৰীপুৰৰ পিয়াজবাৰীত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ একেদিনাই প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীয়ে

Must Read

Couple Dies Electrocution At Gauripur: গৌৰীপুৰৰ পিয়াজবাৰীত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ একেদিনাই প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীয়ে (Couple Dies Electrocution)।

আটানি উপ-আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰীৰ বানীয়ামাৰি ৪ৰ্থ খণ্ড গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা (Tragic Incident)। পুৱতি নিশা গাঁওখনৰ সুজাব আলীৰ বাসগৃহত হঠাৎ শ্বৰ্ট চাৰ্কিটৰ (Electrocution) ঘটনা সংঘটিত হয় ৷

যাৰ ফলত সুজাব আলী আৰু লোকজনৰ পত্নী ছকিনা বিবিৰ বিদ্যুতৰ স্পৰ্শত আহি কৰুণ মৃত্যুক সাৱটি লয় (Husband And Wife Died By Electrocution)। ঘটনাস্থলীতে পত্নীয়ে মৃত্যুক সাৱটে যদিও গুৰুতৰভাবে আহত হয় স্বামী।

পাছত গুৰুতৰভাবে আহত হোবা সুজাব আলীক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত (Dhubri Hospital) ভৰ্তি কৰোৱায় যদিও চিকিৎসকে সুজাব আলীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

ঘটনা সন্দৰ্ভত আৰক্ষীৰ (Dhubri Police) তদন্ত অব্যাহত। ঘটনাটোৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কান্দি কান্দি বাট নেদেখা হৈছে পৰিয়ালৰ লোকে।

Photo & Input: নাছিৰ উদ্দিন

লগতে পঢ়কঃ Nagpur Man Pregnant: ৩৬ বছৰ ধৰি “গৰ্ভৱতী” হৈ থাকিল এইজন লোক; ফুলি থকা পেটক ভাবি থাকিলে টিউমাৰ বুলি, কিন্তু ওলাল “যমজ” সন্তান!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -