29 C
Guwahati
Saturday, May 18, 2024

ভয়ংকৰ! বিবাহ যাত্ৰী কঢ়িওৱা বলেৰ’ আৰু বাছৰ মাজত মুখামুখি খুন্দা; কৰুণ মৃত্যুক সাৱটিলে এটি ১০ বছৰীয়া কণমানিসহ এজন লোকে

ধুবুৰীৰ (Dhubri) চাপৰ (Chapar) হাতীপোতাত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। ধুবুৰী জিলা চাপৰ শালকোচা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীপোতাত বিবাহ যাত্ৰী কঢ়িওৱা বলেৰ' আৰু বাছৰ মাজত ভয়ংকৰ খুন্দা (Bus And Balero Car Colided)

Must Read

ধুবুৰীৰ (Dhubri) চাপৰ (Chapar) হাতীপোতাত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)

ধুবুৰী জিলা চাপৰ শালকোচা ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীপোতাত বিবাহ যাত্ৰী কঢ়িওৱা বলেৰ’ আৰু বাছৰ মাজত ভয়ংকৰ খুন্দা (Bus And Balero Car Colided)। এই দুৰ্ঘটনাত এটি কণমানি শিশুসহ দুজন লোকৰ কৰুণ মৃত্যু। মৃত্যু হোৱা শিশুটিৰ নাম তানিশা (১০) আনজনৰ নাম নেকিব আহমেদ (২৩) বুলি জানিব পৰা গৈছে (One Child And One Man Died)

বিবাহ যাত্ৰী কঢ়িওৱা AS 18 E 7037 বলেৰ’ আৰু AS 01 FC 4517 নম্বৰৰ যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ। চাপৰৰ খেৰডুবিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা (Horrific Road Accident)। ধুবুৰীৰ পৰা গোৱালপাৰা (Dhubri To Goalpara) অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।

কৃষ্ণাইৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল বলেৰ’ বাহনখন। আনহাতে ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন। এই দুৰ্ঘটনাত আহত (Several Injured) হৈছে আন কেইবাজনো যাত্ৰী। আহতসকলক আৰক্ষী (Dhubri Police) আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Photo & Input: Nasir Uddin

লগতে পঢ়কঃ Earthquake Viral Video: মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতে ধ্বংসাৱশেষলৈ পৰিণত হয় কেইবাটাও অট্টালিকা…এই ভিডিঅ’কেইটাই কয়- ‘জীৱনত কেতিয়া, কি হৈ যায় কোনোৱে নাজানে’

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -