31 C
Guwahati
Saturday, May 18, 2024

অসম আৰক্ষীৰ নতুন নিয়ম, জনতাই ব্যৱহাৰ কৰিব নোৱাৰিব ক’লা ৰঙ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

ব্লেক গ্লাছ নাইবা আৰু ব্লেক নেট ব্যবহাৰ কৰিলে ভৰিব লাগিব জৰিমণা।

অসম আৰক্ষীয়ে জাৰি কৰিছে এক নতুন নিয়ম। গাড়ীৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰিব ক’লা ৰঙৰ নেট,ষ্টিকাৰ আদি। অসম আৰক্ষীয়ে চ’ছিয়েল মিডিয়া মাধ্যমৰ যোগেদি পোষ্ট কৰি এই বিষয়ে জনায়। ব্লেক টিণ্টিঙৰ সলনি ব্লেক নেটৰ ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা ভৰিব লাগিব জৰিমণা। স্পষ্টভাৱে এই কথা চ’ছিয়েল মিডিয়াৰ যোগেদি ৰাইজৰ মাজত অৱগত কৰে অসম আৰক্ষীয়ে।

যিকোনো ধৰণৰ অপৰাধ জনিত ঘটনা, অনৈতিক কাৰ্যকলাপ আদি ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। পূৰ্বতেও এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও বৰ বিশেষ ফলপ্ৰসূ নহ’ল যদিও এইবাৰৰ বাবে অসম আৰক্ষী এই নিয়মৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা দেখা পোৱা যাব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -