25 C
Guwahati
Sunday, May 19, 2024

Teacher Beats Up Student: দুৰ্ভাগ্যজনক! পৰীক্ষাৰ মাজতে শিক্ষয়িত্ৰীয়ে ছাত্ৰক কোবালে “ষ্টেপলাৰে”ৰে; মূৰ ফাটি তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থাকিল ছাত্ৰজন…

Teacher Beats Up Student At Bokakhat: বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত (Bokakhat Kristo Jyoti High School) সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা

Must Read

Teacher Beats Up Student At Bokakhat: বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলত (Bokakhat Kristo Jyoti High School) সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা।

পৰীক্ষা চলি থকাৰ মাজতে শিক্ষয়িত্ৰীৰ প্ৰহাৰত মূৰ ফাটিল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ (Teacher Beats Up Student By Stapler)

ষ্টেপলাৰেৰে ছাত্ৰজনৰ মূৰৰ পাছফালে প্ৰহাৰ কৰাৰ অভিযোগ ছাত্ৰজনৰ অভিভাৱকৰ (Teacher Beats Up Student)। আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ নাম দেৱৰ্ষি কুটুম। ছাত্ৰজনৰ পিতৃ-মাতৃয়ে এই ঘটনাক খুবেই দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে মূৰ ফাটি তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থাকিল ছাত্ৰজন। কিছু সময়ৰ পিছত পিতৃ-মাতৃ উপস্থিত হৈ ছাত্ৰজনৰ হাস্পতালত ভৰ্তি কৰোৱায়।

অৱশেষত সমগ্ৰ ঘটনা সৰ্ন্দভত ভুল স্বীকাৰ কৰে বিদ্যালয়খনৰ ফাদাৰৰ।

Photo & Input: পপী শইকীয়া

লগতে পঢ়কঃ If Brake Fail: জানি থওক! চলাই থাকোতে হঠাৎ আপোনাৰ গাড়ীৰ “ব্ৰেক ফেইল” হ’ল- তাৰ পিছত কি কৰিব আপুনি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -