30 C
Guwahati
Friday, May 17, 2024

Electricity Bill News: দিনত কমিব, ৰাতি বাঢ়িব! পিছে জানেনে এই ব্যৱস্থা কেতিয়াৰ পৰা? আমি কয় আছো “বিদ্যুতৰ বিল”ৰ কথা…

Electricity Bill News: সৌৰশক্তিৰ খৰচ কম কাৰণে বিদ্যুৎ মাচুলো কমি যাব নিশা জলবিদ্যুৎ বা তাপ বিদ্যুৎ প্ৰকল্পৰ পৰাহে বিদ্যুৎ যোগান ধৰা হ’ব

Must Read

Electricity Bill News: বিদ্যুতৰ বিলক (Electricity Bill) লৈ আহিছে এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে (Central Govt) বিদ্যুৎ (গ্ৰাহকৰ অধিকাৰ) বিধি ২০২০ৰ ব্যাপক সংশোধন লৈ আহিছে (APDCL)।

সেই অনুসৰি দিনত বিদ্যুতৰ বিল কম হ’ব আৰু তাৰ বিপৰীতে নিশা বাঢ়ি যাব এই বিল। কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি, বিদ্যুৎ গ্ৰাহকৰ বিল দিনৰ ভাগত ২০ শতাংশ পৰ্যন্ত কমি যাব। আনহাতে নিশাৰ সময়ত বৃদ্ধি পাব ২০ শতাংশ পৰ্যন্ত (Electricity Bill Decrease At day Time And Increase At Night)

Electricity Bill News

২০২৪ চন অৰ্থাৎ ১ এপ্ৰিলৰ পৰা ১০ কিলোৱাট বা তাৰ অধিক বিদ্যুৎ খৰচ কৰা বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকৰ বাবে এই নিয়ম কাৰ্যকৰী হ’ব (Electricity Bill News)

আনহাতে, কৃষি খণ্ডৰ গ্ৰাহক আৰু সাধাৰণ গ্ৰাহকৰ বাবে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা বলৱৎ হ’ব এই নতুন নিয়ম।

এই ব্যৱস্থা প্ৰৱৰ্তনৰ লক্ষ্যৰে আৰম্ভণি ঘটোৱা হৈছে ‘দিন সময়’ (টাইম অব ডে’) নীতি (Time Of Day)। দিনৰ সময় হ’ব আঠ ঘণ্টাৰ, এই ৮ ঘণ্টা নিৰ্ধাৰণ কৰিব ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে (Electricity Bill News)

সৌৰশক্তি ব্যৱহাৰ (Solar Power) বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দিনত বিদ্যুৎ যোগান দিয়া হ’ব সৌৰশক্তি প্ৰকল্পৰ পৰা।

সৌৰশক্তিৰ খৰচ কম কাৰণে বিদ্যুৎ মাচুলো কমি যাব নিশা জলবিদ্যুৎ বা তাপ বিদ্যুৎ প্ৰকল্পৰ পৰাহে বিদ্যুৎ যোগান ধৰা হ’ব। সেয় নিশাৰ ভাগত বদ্ধি পাব বিদ্যুৎ মাচুল (Electricity Bill News)

Photo: Google

লগতে পঢ়কঃ North Guwahati Ferry Incident: মৃত্যু এনেকৈয়ে আহে! উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত অঘটন; হঠাৎ ফেৰীৰ পৰা নদীত বাগৰি পৰিল এজন কৰ্মচাৰী, Videoটো দেখিলে আপুনিও হৈ উঠিব আচৰিত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -