27 C
Guwahati
Monday, May 13, 2024

২০২৪ ৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতি ঘৰত খোৱাপানী

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

শিৱসাগৰ ঃ ৪ নবেম্বৰ ঃ২০২৪ ৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতি ঘৰে ঘৰে ২০২৪ ৰ ভিতৰত বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব৷। আজি শিবসাগৰত জে জে এম আৰু পৰ্যটন খণ্ড সন্দৰ্ভত হোৱা এক বৈঠকত জনস্বাস্থ্য কৰিকৰী বিভাগ তথা পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই মন্’ কৰাৰ উপৰি জল জীৱন অভিযানৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়া সকলক এক নিৰ্দেশ দিয়াৰ উপৰি চলিত মাহৰ পৰাই এই সন্দৰ্ভত পৰিদৰ্শন কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে পুনৰাই কয় যে এই মাহৰ পৰা দায়িত্ব অৰ্পণ কৰা আত্মসহায়ক গোট সমুহে ঘৰে ঘৰে গৈ পানীৰ টেপ, পাইপ আদি পৰিদৰ্শন আৰু পৰিক্ষা কৰিব।আনহাতে ৰাজ্যত প্ৰচুৰ সম্ভাৱনা থকা ”পৰ্যটন খণ্ডক কেনেকৈ পুনৰুজ্জীৱিত কৰাৰ সম্পৰ্কতো আলোচনাত মিলিত হয় ৷ সভাত ৰাজহ মন্ত্ৰী যোগেন মোহন আৰু থাউৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইও উপস্থিত থাকে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -