34 C
Guwahati
Sunday, May 12, 2024

আজি নতুন দিল্লীত ৰাজ্যিক কেবিনেট বৈঠক

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

আজি নতুন দিল্লীত অনুষ্টিত হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠক। নতুন দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হৈছে বৈঠক।

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাত কেবিনেট বৈঠক।

কেবিনেট বৈঠকত উপস্থিত অধিকাংশ মন্ত্ৰী।

আনহাতে উপস্থিত থাকিব নোৱাৰাসকল মন্ত্ৰীসকল সংযুক্ত হ’ব লাগিব ভিডিঅ’ কনফাৰেন্সযোগে।

বছৰটোৰ অন্তিম কেবিনেটত আজি গুৰুত্বপূৰ্ণ সিন্ধান্ত লোৱাৰ লগতে বৈঠকত সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সীমা সমস্যাক লৈ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -