32 C
Guwahati
Sunday, May 19, 2024

Goalpara Ragging Case| আকৌ ভয়ংকৰ ৰেগিং কাণ্ডই জোকাৰি গ’ল ৰাজ্যক; এইবাৰ সৈনিক স্কুলত ছিনিয়ৰ ছাত্রই নিষ্ঠুৰভাবে মাৰপিট কৰিলে জুনিয়ৰ ছাত্ৰক; ভাইৰেল হৈ পৰিছে ভিডিঅ’, Watch Viral Video

Goalpara Ragging Case Viral Video| ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেগিং কাণ্ড। এইবাৰ ৰেগিং কাণ্ডৰ স্থান হৈছে গোৱালপাৰা সৈনিক স্কুল।

Must Read

Goalpara Ragging Case Viral Video| ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেগিং কাণ্ড (Horrific Ragging Case)। এইবাৰ ৰেগিং কাণ্ডৰ স্থান হৈছে গোৱালপাৰা সৈনিক স্কুল (Goalpara Sainik School)। উল্লেখ্য, ৰেগিং কাণ্ডক (Goalpara Ragging Case) লৈ বিভিন্নধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো একাংশ ছাত্ৰই সংঘটিত কৰি আহিছে ৰেগিং কাণ্ড।

Video Credit: India Today NE

জানিবলৈ দিয়া অনুসৰি, সৈনিক স্কুলত ছিনিয়ৰ ছাত্রই নিষ্ঠুৰভাবে মাৰপিট কৰিলে জুনিয়ৰ ছাত্ৰক (Students Beaten Up By Seniors To Perform Physical Tasks)। ইতিমধ্যে ৰেগিঙৰ ভয়ংকৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ (Ragging Video Viral In Social Media) পৰিছে। এই ভিডিঅ’টো দেখি আপুনিও আচৰিত হৈ উঠিব।

উল্লেখ্য যে, এই ভয়ংকৰ ৰেগিং কাণ্ড সন্দৰ্ভত DGP জি পি সিঙক (DGP GP Singh) অভিযোগ দিছিল অভিভাৱকে, আৰু ইয়াৰ পাছতেই ৰেগিং কাণ্ডক (Goalpara Ragging Case) লৈ মৰনৈ থানাত (Mornoi Police Station) ৰুজু কৰা হৈছে গোচৰ।

Photo & Video Credit: India Today NE

লগতে পঢ়কঃ Lat Mandal Bribe Case| আকৌ ধৰা পৰিল ঘোচ লোৱা লাট মণ্ডল; মাটিৰ কামৰ বাবে টকা লওতেই পৰিল ধৰা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -