24.6 C
Guwahati
Tuesday, May 21, 2024

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী

Must Read

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ আহিব বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰ’ছ আথান’ম গেব্ৰেয়াছুছে। ভাৰতৰ গুজৰাটলৈ অহা গেব্ৰেয়াছুছে এই ভ্ৰমণসূচীত বহুলানি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেখেতক আদৰণি জনোৱাৰ বাবে গুজৰাটৰ ৰাজপথ সজাই তোলা হৈছে।

মুৰব্বী গেব্ৰেয়াছুছে মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুজৰাটৰ জামনগৰত পাৰস্পৰিক মেডিচিনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ গ্লোবেল চেণ্টাৰ মুকলি কৰিব।

গেব্ৰেয়াছুছে আজি গুজৰাটৰ ৰাজকোটত উপস্থিত হ’ব আৰু মঙবাৰ আৰু বুধবাৰে দুটা অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীৰ সৈতে উপস্থিত থাকিব। বুধবাৰে গেব্ৰেয়াছুছে গান্ধীনগৰত গ্লোৱেল আয়ুস ইনভেষ্টমেণ্ট এণ্ড এনোভেশ্যন চামিটত অংশগ্ৰহণ কৰিব।

 

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -