24 C
Guwahati
Sunday, May 5, 2024

নিজ দৰমহাৰ ২৪ লাখ টকা চৰকাৰক ঘূৰাই দিলে এজন অধ্যাপকে, কিন্তু কিয় ?

Must Read

শিক্ষাদান অবিহনে পকেটত দৰমহা ৰাখিবলৈ মোক বিবেকে অনুমতি নিদিয়ে’ নিজ দৰমহাৰ ২৪ লাখ টকা ঘূৰাই দিলে এজন অধ্যাপকে

পৃথিৱীত এনেকুৱা ব্যক্তি হয়তো আপুনি খুৱ কমেই দেখিব। যিয়ে নিজৰ লাভালাভৰ বিপৰীতে অন্যৰ কথা চিন্তা কৰা। হয় , এজন অধ্যাপকৰ কৰ্ম এতিয়া দেশত চৰ্চাৰ কেন্দ্ৰবিন্দু । কাৰণ অধ্যাপকগৰাকীয়ে নিজৰ লাভৰ কথা চিন্তা নকৰি নিজ দৰমহাৰ ২৪ লাখ টকা ঘূৰাই দিলে চৰকাৰক। বিহাৰৰ মুজাফ্ফৰপুৰৰ নীতিশেশ্বৰ মহাবিদ্যালয়ত হিন্দী বিষয়ৰ অধ্যাপক আছিল লালন কুমাৰ। ইতিমধ্যে লালন কুমাৰে চাকৰি কৰি পোৱা সম্পূৰ্ণ দৰমহা ঘূৰাই দিলে চৰকাৰক। তেওঁ কয় ‘শিক্ষাদান অবিহনে পকেটত দৰমহা ৰাখিবলৈ মোক বিবেকে অনুমতি নিদিয়ে’। উল্লেখ্য যে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমান সময়লৈকে ৩৩ মাহ ধৰি কোনো শিক্ষাৰ্থীয়ে তেওঁৰ শ্ৰেণীলৈ অহা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত অধ্যাপক লালন কুমাৰে তেওঁ লাভ কৰা দৰমহা ২৪ লাখ টকা ঘূৰাই দিয়ে চৰকাৰক।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -