অসুস্থ বিশিষ্ট সাহিত্যিক নগেন শইকীয়া
অসমৰ বিশিষ্ট লেখক তথা সাহিত্য অকাডেমি বঁটা বিজয়ী ড০ নগেন শৈকীয়াক শাৰীৰিক অসুস্থতাৰ বাবে মঙলবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
সূত্ৰঅনুসৰি, লেখকজন যোৱা তিনিদিন ধৰি অসুস্থ আছিল। ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে তেওঁৰ হৈ পৰিছে অসুস্থ।বৰ্তমান তেওঁ ডিব্ৰুগড়ৰ আদিত্য হস্পাতালত চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈ চিকিৎসকে কোনো তথ্য সদৰি কৰা নাই।