23 C
Guwahati
Saturday, April 20, 2024

অসুস্থ বিশিষ্ট সাহিত্যিক নগেন শইকীয়া

Must Read

অসুস্থ বিশিষ্ট সাহিত্যিক নগেন শইকীয়া

অসমৰ বিশিষ্ট লেখক  তথা সাহিত্য অকাডেমি বঁটা বিজয়ী ড০ নগেন শৈকীয়াক  শাৰীৰিক অসুস্থতাৰ বাবে মঙলবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সূত্ৰঅনুসৰি, লেখকজন যোৱা তিনিদিন ধৰি অসুস্থ আছিল। ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে তেওঁৰ হৈ পৰিছে অসুস্থ।বৰ্তমান তেওঁ‌ ডিব্ৰুগড়ৰ আদিত্য হস্পাতালত  চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈ চিকিৎসকে কোনো তথ্য সদৰি কৰা নাই।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -