22 C
Guwahati
Monday, May 6, 2024

ভয়ংকৰ দুৰ্ঘটনা বৃদ্ধাসহ আহত তিনিজন

Must Read

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্তৰ্গত টুপিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁই পথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুযায়ী তেজপুৰ অভিমুখী AS-32-3565 নম্বৰৰ এখন নেক্সান গাড়ীয়ে টুপিয়া ব্যবসায়ীক কেন্দ্ৰত নাগশংকৰ অভিমুখী এখন টেম্প গাড়ীত প্ৰচণ্ড খুন্দা মৰাৰ ফলত টেম্পু খনত অহা এগৰাকী বৃদ্ধাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকেইগৰাকীকে স্থানীয় ৰাইজে ততাতৈয়াকৈ ১০৮ এম্বুলেঞ্চ মাতি উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে নেক্সান গাড়ীৰ চালকজন ৷ ইতিমধ্যে ঘটনাস্থলীত জামগুৰি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -