31 C
Guwahati
Thursday, May 16, 2024

চোকা অস্ত্ৰৰে পশুধন নিধন এজন যুৱকৰ

Must Read

শিৱসাগৰৰ কো‍ঁৱৰপুৰত দিন দুপৰতে হাতত চোকা দাৰে এজন যুৱকে পশুধন নিধন কৰাক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । শিৱসাগৰৰ কো‍ঁৱৰপুৰত চোকা অস্ত্ৰৰে ৰন্টু গগৈৰ দুটাকৈ পোহনীয়া গৰু কাটিলে বিশ্বজিৎ বুঢ়াগোহাঁই নামৰ যুৱকজনে । বিশ্বজিৎ বুঢ়াগোহাঁইৰ ঘৰ কোঁৱৰপুৰৰ কাঢ়ি গাঁৱত বুলি জানিব পৰা গৈছে । কিন্তু কি কাৰণত তেওঁ পশুধন দুটা নিধন কৰিলে সেই কথা বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে । পশুধন নিধনৰ পিছতে মানুহ কাটিবলৈ উদ্যত হৈছিল যুৱকজন । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে শিৱসাগৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে আটক কৰিছে বিশ্বজিৎ বুঢ়াগোহাঁইক । ইয়াৰ পূৰ্বেও অভিযুক্তই ২৬ টাকৈ পশুধন নিধন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -