26 C
Guwahati
Sunday, May 5, 2024

সূৰুজ গগৈ এনকাউণ্টাৰৰ স্পষ্টিকৰণক লৈ দাবী আলফা স্বাধীনৰ

Must Read

সূৰুজ গগৈ এনকাউণ্টাৰৰ স্পষ্টিকৰণক লৈ দাবী আলফা স্বাধীনৰ।

৩ মাৰ্চৰ নিশা চৰাইদেও জিলাৰ সোণাৰী আৰক্ষীৰ এনকাউন্টাৰত আঘাতপ্ৰাপ্ত হৈছিল সূৰুজ গগৈ। আলফা স্বাধীনৰ যোগাযোগকাৰী সন্দেহত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এনকাউণ্টাৰ কৰা শিৱসাগৰৰ যুৱক সূৰুজ গগৈৰ ৫ এপ্ৰিলত হস্পিটেলত মৃত্যু হোৱাৰ পাছতে আলফা স্বাধীনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আলফা স্বাধীনৰ তৰফৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিত আলফা স্বাধীনে সূৰুজ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

সূৰুজ গগৈ নামৰ নিৰীহ অসমীয়া যুৱকজনৰ হত্যা অসমৰ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত হৈছিল সেই কথা অসমৰ জনসাধাৰণৰ সন্মুখত স্পষ্ট কৰিবলৈ আলফা স্বাধীনে দাবী জনায়।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -