22 C
Guwahati
Tuesday, May 7, 2024

বড়ো সাহিত্যসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা

Must Read

বড়ো সাহিত্যসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা

একাদশ আৰু দ্বাদশ শ্ৰেণীত প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম। স্নাতকোত্তৰ পৰ্যায়লৈ নিয়া হ’ব বড়ো ভাষাক।

প্ৰতিখন জিলাতে নিৰ্মাণ কৰা হ’ব বড়ো সাহিত্য সভাৰ কাৰ্যালয়। এই কাৰ্যালয়সমূহ ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব। ইয়াৰ বাবে প্ৰতি বছৰে অসম চৰকাৰে দিব ৫০ লাখ টকা। ইয়াৰ উপৰিও বড়ো সাহিত্য সভালৈ চৰকাৰৰ ফালৰ পৰা ৫ কোটিৰ ঘোষণা।

আনহাতে ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ মৰ্মে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব এলিভেটেড কৰিড’ৰ। ২২ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব এই এলিভেটেড কৰিডৰ। ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সময়তে এই পৰামৰ্শ দিছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰে আলোচনা কৰিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -