27 C
Guwahati
Monday, April 29, 2024

২৩ মে’লৈ ৰাজ্যত অব্যাহত থাকিব প্ৰৱল বৃষ্টিপাত

Must Read

২৩ মে’লৈ ৰাজ্যত অব্যাহত থাকিব প্ৰৱল বৃষ্টিপাত

বিগত কিছুদিন ধৰি ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা ধুমুহা, বৰষুণৰ ফলত ৰাজ্যত প্ৰবল বানপানীয়ে দেখা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অহা ২৩ মে’ লৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য় যে, ডিমা হাচাও জিলাৰ প্ৰলয় কাণ্ড, বৰাক উপত্যকাৰ তিনিখন জিলাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা বানপানীয়ে জুৰুলা কৰি তুলিছে ৰাজ্যবাসীক।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ২৩ মে’লৈ হ’ব পাৰে প্ৰৱল বৃষ্টিপাত।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -