30 C
Guwahati
Saturday, May 18, 2024

আজি হনুমান জয়ন্তী

Must Read

আজি হনুমান জয়ন্তী। আজিৰ দিনটোত, ভক্তসকলে ভক্তিৰে বজৰংবলীৰ উপাসনা কৰে। হনুমানৰ চৰণত দিয়া হয় তেওঁৰ প্ৰিয় খাদ্য।

কোৱা হয় যে, হনুমান জীক তেওঁৰ প্ৰিয় খাদ্য আগবঢ়ালে ভক্তসকলৰ ইচ্ছা পূৰণ কৰে। কষ্ট জীৱনৰ পৰা আঁতৰ কৰা হয়। উন্নতিৰ পথ মুকলি হয়। হনুমান জয়ন্তী উপলক্ষে গুৱাহাটীতো ভক্তসকলে গুৱাহাটীৰ হনুমান মন্দিৰত পূজা অৰ্চনা কৰে। আধ্যাত্মিক গুৰু কেশব মহাৰাজজীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ বৰলুইতৰ পাৰত ১৬ আৰু ১৭ এপ্ৰিলত দুদিনিয়াকৈ উদযাপিত হব হনুমান জয়ন্তী ।

একলাখৰো অধিক হনুমান চালিচা পাঠ কাৰ্যক্ৰমত দেশৰ সন্ত সাধুবাবা, ভক্তৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব হোম যজ্ঞত ।  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যজমান হিচাপে পঢ়িব হনুমান চালিচা ।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -