36.2 C
Guwahati
Monday, May 6, 2024

অসমীয়া সকলৰ বাবে এক সুখবৰ খবৰ, Google Translator ত সংযোজিত হʼল অসমীয়া ভাষা

Must Read

অসমীয়া সকলৰ বাবে এক সুখবৰ খবৰ, Google Translator ত সংযোজিত হʼল অসমীয়া ভাষা

Google translator ত সংযোজিত কৰা হʼল অসমীয়া ভাষাৰ। অসম সাহিত্য সভাই দীৰ্ঘদিন ধৰি ‌চলাই থকা‌ প্ৰচেষ্টাৰ অন্তত অৱশেষত অসমীয়া ভাষাই স্থান পালে Google translator ত। এতিয়াৰে পৰা বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ লগতে অসমীয়া ভাষা ‌বিভিন্ন‌ ভাষালৈ অনুবাদ ‌কৰিব পাৰিব।

উল্লেখযোগ্য, অসম সাহিত্য সভাই এই বিষয়টোৰ বাবে দীৰ্ঘদিন ধৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছিল বুলি সাংবাদিকক জানিবলৈ দিয়ে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই।

অৱশ্যে ই সকলোৰে বাবে ভাল খবৰ। বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়নৰ বাবে ভাষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা এতিয়াৰে পৰা নাথাকিব। আপুনি বিভিন্ন ভাষাৰ যিকোনো বিষয়ৰ অধ্যয়নৰ সুৱাদ লʼব পাৰিব। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত ই‌ বিশেষ ভাৱে সহায় কৰিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -