23 C
Guwahati
Tuesday, May 7, 2024

তিনিচুকীয়াৰ কাকপথাৰত সেনা-আলফাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

Must Read

তিনিচুকীয়াৰ কাকপথাৰত সেনা-আলফাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

কাকপথাৰৰ দপথাৰ গাওঁৰ এঘৰত আলফাৰ ৬জনীয়া এটা দলে আশ্ৰয় লৈ থকাৰ খৱৰ লাভ কৰি অভিযান চলাই কাকপথাৰ সেনাবাহিনীয়ে। তেনে সময়তে কাকপথাৰৰ দপথাৰত সেনা আৰু আলফাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়। খবৰ অনুসৰি ৰূপম অসমৰ নেতৃত্বত অহা ৬ জনীয়া আলফা দলৰ সৈতে প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হৈছে। মৃগাংক, উদয় আৰু ৰিংকু নামৰ ৩জন আলফা সদস্য গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে। লগতে জ্ঞান অসম নামৰ কেডাৰজন নিহত হৈছে। দুয়োপক্ষৰ মাজত দীৰ্ঘসময় ধৰি চলে গুলীয়াগুলী। সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন ৰূপম অসম।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -