31 C
Guwahati
Tuesday, May 14, 2024
HomeTagsOthers

Tag: Others

spot_imgspot_img

এনেকৈও পৰে ধৰা! ভাৰতীয় ভুৱা পাছপ’ৰ্টসহ বিমানবন্দৰত ধৰা পৰিল এজন বাংলাদেশী (Bangladeshi); কিন্তু কেনেকৈ ধৰা পৰিল সেয়া শুনি আপুনিও হ’ব আচৰিত!

তামিলনাডুৰ (Tamilnadu) কইম্বাটুৰ বিমানবন্দৰত (Coimbatore International Airport) ভাৰতীয় পাছপ'ৰ্টসহ ধৰা পৰিল এজন বাংলাদেশী (Bangladeshi national)। কিন্তু কেনেদৰে ধৰা পৰিল সেয়া শুনি আপুনিও হ'ব আচৰিত।

প্ৰেমে নামানে একো! ফেচবুকত বিবাহিত মহিলাৰে পৰকীয়া প্ৰেম আৰক্ষী বিষয়াৰ; তাৰ পিছত নৈশ যাপন আৰু পুৱা হতা-হতি, কটাকটি আৰু জেল…

পুনৰ চৰ্চাত খাকী পোছাকধাৰী অসম আৰক্ষী (Assam Police)! এইবাৰ ফেচবুকৰ জৰিয়তে বিবাহিত মহিলাৰ সৈতে প্ৰেম কৰি নিশা একেলগে থাকি পুৱা মহিলাগৰাকীক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল এজন আৰক্ষী বিষয়া (Police Officer Arrest)

ছিঃ! চিঙৰা (Samosa) খাই ভাল পায় নেকি? যদি পাই তেন্তে এই দৃশ্য দেখি আপুনিও আজিৰে পৰা চিঙৰা খাবলৈ ঘিণ কৰিব…Watch Viral Video

Aloo Samosa Cleaning With Foot Viral Video: আলু বাকলি গুচোৱাৰ সলনি বহুসময়ত কিছুমান দোকানীয়ে শ্বৰ্ট কাট ল'বলৈ পচন্দ কৰে। ছচিয়েল মিডিয়াত প্ৰায়ে এনেধৰণৰ ভিডিঅ' পোহৰলৈ আহে, যিবোৰ ভিডিঅ' চাই আপুনিও আচৰিত হৈ উঠে। এনেধৰণৰ আন এটা ভিডিঅ' পোহৰলৈ আহিছে।

জানি থওক! শনি দেৱতাই (Shani Dev) এইসকল লোকক যথেষ্ট বেয়া পায়; যিসকল লোকে কৰে এইবোৰ ভুল, গোটেই জীৱন ভোগে কষ্ট…আহক জানো

Shani Dev 2023: শনিৰ প্ৰকোপ ২০২৩ৰ ১৭ জানুৱাৰীত আৰম্ভ হৈছে আৰু এতিয়া ২০২৩ৰ ৩১ জানুৱাৰীত শনিৰ প্ৰভাৱ আঁতৰিব কুম্ভ ৰাশিৰ পৰা। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ বাবে এয়া বেদনাদায়ক হ'ব পাৰে, গতিকে সেইসকল লোকে এইসমূহ কাম কৰিব নালাগে যিবোৰ শনি দেৱক অসন্তুষ্ট কৰে। Shani Dev 2023: শনিৰ প্ৰকোপ ২০২৩ৰ ১৭ জানুৱাৰীত আৰম্ভ হৈছে আৰু এতিয়া ২০২৩ৰ ৩১ জানুৱাৰীত শনিৰ প্ৰভাৱ আঁতৰিব কুম্ভ ৰাশিৰ পৰা। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ বাবে এয়া বেদনাদায়ক হ'ব পাৰে, গতিকে সেইসকল লোকে এইসমূহ কাম কৰিব নালাগে যিবোৰ শনি দেৱক অসন্তুষ্ট কৰে।

এয়া আকৌ কেনেকুৱা প্ৰেম! Ex Girlfriendক দেখুৱাবলৈ প্ৰেমিক-প্ৰেমিকাৰ চলন্ত বাইকত ৰোমাঞ্চ; Video চালে আপোনাৰো নাক কোচ খাব

ছত্তীশগড়ৰ ভিলাই চহৰৰ এটা ভিডিঅ' (Video) ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভিডিঅ'টোত এহাল প্ৰেমিক-প্ৰেমিকাই চলন্ত বাইকত মুকলিভাৱে ৰোমাঞ্চ কৰি থকা দেখা পোৱা গৈছে

Subscribe

- Never miss a story with notifications

- Gain full access to our premium content

- Browse free from up to 5 devices at once

Must read

spot_img