37 C
Guwahati
Thursday, May 16, 2024
HomeTagsমনোৰঞ্জন

Tag: মনোৰঞ্জন

spot_imgspot_img

Selfie Seeker: জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক (Sonu Nigam Attacked) আক্ৰমণ বিধায়কৰ পুত্ৰৰ; ছেলফী (Selfie) উঠিবলৈ বাধা দিছিল কণ্ঠশিল্পীগৰাকীয়ে, তাৰ পিছত এই ঘটনা…Watch Video

মুম্বাইত সংগীতানুষ্ঠানৰ (Mumbai Live Concert) মাজতেই কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ (Famous Singer Sonu Nigam)। সোমবাৰে নিশা মুম্বাইৰ চেম্বুৰত (Chembur Mumbai) সংঘটিত হয় এই ঘটনা।...

উচিত নে অনুচিত! ৰণবীৰ কাপুৰৰ (Ranbir Kapoor) সৈতে বাৰে বাৰে ছেলফী লৈ আছিল এজন অনুৰাগীয়ে; তাৰ পিছত যি ঘটিল সেয়া দেখি আপোনাৰো উঠিব খং,...

বলীউড অভিনেতা ৰণবীৰ কাপুৰৰ এটা ভিডিঅ' বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল (Ranbir Kapoor Social Media Viral Video) হৈ আছে, য'ত তেওঁক এজন অনুৰাগীৰ মোবাইল দলিয়াই দিয়া দেখা গৈছে।

‘পাঠান’ লীক! মুক্তিৰ পূৰ্বেই লীক (Leaked) হ’ল বিতৰ্কিত ছবি ‘পাঠান’; ৬টাকৈ জনপ্ৰিয় ৱেবছাইটে লীক কৰিলে ছবিখন!

যিসকল ছবিপ্ৰেমীয়ে ছবিখন চাব বিচাৰে তেওঁলোকে এই ছবিখন ঘৰতে বহি চাব পাৰিব কিন্তু ই ব্যৱসায়ত যথেষ্ট প্ৰভাৱ পেলাব। ইফালে ছবিখনৰ লীকৰ (Shah Rukh Khan's Pathaan Leaked Online) এই খবৰটোৱে নিৰ্মাতাক চিন্তিত কৰি তুলিছে

বিতৰ্ক, বয়কট আৰু প্ৰতিবাদ! অৱশেষত আজি দেশজুৰি মুক্তিলাভ শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ (Pathaan); পুৱাৰে পৰা চিনেমাঘৰত লানি নিছিগা ভিৰ

বহুকেইটা চিনেমাহলত আজি পুৱা ৬ বজাৰ পৰা ‘পাঠান’(Pathaan) ৰ দৰ্শনী ৰখা হৈছে। প্ৰত্যকটো ছবিগৃহতে পাঠান চাবলৈ ৰাইজে কৰিছে ভিৰ। ইফালে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ (Guwahati) প্ৰতিটো চিনেমাহলতে অভূতপূৰ্ব ভিৰ ছবিপ্ৰেমীসকলৰ

বয়কট ট্ৰেণ্ডিং হ’ল অসাৰ! বাহুবলী-২, কেজিএফ-২ৰ পিছত অভিলেখ গঢ়িলে ‘পাঠানে’! ৪ দিনৰ আগতীয়া বুকিঙত ৪ লাখ ১৯ হাজাৰ টিকট বিক্ৰী

বলীউডৰ কিং খান শ্বাহৰুখ খানে (Shah Rukh Khan) আকৌ এবাৰ বক্স অফিচত (Box Office) খলকনি তুলিবলৈ সাজু হৈ উঠিছে। তেওঁৰ বহু বিতৰ্কিত ছবি ‘পাঠানে’ (Pathaan) মুক্তিৰ পূৰ্বেই আগতীয়াকৈ বুকিঙৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে

‘কোনোবাই বয়কট কৰে, প্ৰতিবাদ কৰে কৰি থাকক; আমি শ্বাহৰুখ খানক চাব যামেই’- ৰঙিয়াৰ এজন যুৱকে কিনিলে ‘পাঠান’ৰ ১৯২টা টিকট

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ (Pathaan) ছবিখনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোণাৰ এজন যুৱকৰ এক আজৱ কাণ্ড

Subscribe

- Never miss a story with notifications

- Gain full access to our premium content

- Browse free from up to 5 devices at once

Must read

spot_img