News & Politics
বৰপেটা জিলাৰ মন্দিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত একাধিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম নিদিয়াকৈ চৰকাৰে আবণ্টন দিয়া ধন আত্মসাৎ কৰাৰ অভিযোগ।অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news