News & Politics
৫ ফেব্ৰুৱাৰীত পশ্চিম অসমৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ অহাৰ উপৰিও অসমৰ কিছু কিছু ঠাইত নেৰানেপেৰা বৰষুণৰ হোৱা সম্ভৱনা আছে
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি পৰৱৰ্তী ২ দিনৰ বাবে বৰষুণ বা বজ্ৰপাতৰ সৈতে ডাৱৰীয়া আকাশৰ আগজাননী দিছে।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news
#thundershower #thunderstorm