News & Politics
কাছাৰত গ্ৰেপ্তাৰ ৰোহেঙ্গীয়া সৰবৰাহকাৰী।
ৰোহেঙ্গীয়া সৰবৰাহকাৰীক বিচাৰি কাছাৰত NIA ৰ আভিযান ৷ যোৱা শুক্ৰবাৰৰ পৰা শিলচৰত বাহৰ পাতি কাছাৰৰ বিভিন্ন ঠাইত গোপনে অভিযান চলাই গৈছিল NIA ৰ এটা বৃহৎ দলে।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news