News & Politics
ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইউকেত তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে তেওঁৰ ৪১ তম জন্মদিন উদযাপন কৰে। তেওঁৰ পত্নী সাক্ষীয়ে ধোনীৰ বিশেষ দিনটোত কেক কাটি থকাৰ এক দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
.
#Batori24 #MSDhoni #MSDhoniBirthday
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news