News & Politics
শিৱসাগৰৰ আমগুৰি এজন যুৱকৰ বিৰুদ্ধে ম’বাইল চুৰিৰ অভিযোগ উত্থাপন হৈছে
ৰাইজে উত্তম-মাধ্যম দি যুৱকজনক গতালে নাজিৰা আৰক্ষীক
যুৱকজনৰ নাম সচিব কৰ্মকাৰ বুলি জানিব পৰা গৈছে
১৫/২০ টাকৈ ম’বাইল চুৰিৰ অভিযোগ উত্থাপন হৈছে।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news