News & Politics
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফকৰুল ইছলামৰ গুণ্ডাগিৰি ।
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক উপৰ্যুপৰি আক্ৰমণ ।
সাংবাদিকৰ মোবাইল ফোন, পৰিচয় পত্ৰ, ল’গো ভাঙি লণ্ডভণ্ড কৰিলে গুণ্ডা ফকৰুল ইছলামে ।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news