News & Politics
পুনৰ হাতত গীটাৰ তুলি ল’লে অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। আজৰি সময় পালে নতুন প্ৰজন্মৰ বাবে গান লিখি যোৱাৰ কথা ও জনালে ফেচবুক প’ষ্টযোগে প্ৰাক্তন গায়কজনে।
#Batori24 #Assam #AssamNews #singer Simanta Shekhar
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news