News & Politics
আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক, ন’হলে আমাক গুলিয়াই মাৰক ।
হিয়া ভঙা বিননী কেইগৰাকীমান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰীৰ।
ঈশ্বৰে ইচ্ছা কৰিলে পৃথিৱী ধ্বংস কৰিব পাৰে আৰু মামাই ইচ্ছা কৰিলে চকুৰ পলকতে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰি দিব পাৰে।
.
Facebook link:- https://www.facebook.com/Batori24
Instagram link:- https://instagram.com/batori24news?
Twitter link:- https://twitter.com/Batori24news