WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`

বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ - Batori24
32 C
Guwahati
Thursday, May 2, 2024

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_postmeta`

বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ

Must Read

গুজৰাটৰ প্ৰাক্তন কংগ্ৰেছী নেতা হাৰ্দিক পেটেলে কিছুদিন পূৰ্বে কংগ্ৰেছৰ সকলো পদৰ লগতে দল ত্যাগ কৰিছিল । তাৰ পাছতেই নেতা গৰাকীক লৈ বিভিন্ন জনৰ মনত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছিল।

প্ৰাক্তন কংগ্ৰেছৰ নেতা হাৰ্দিক পেটেলে বিজেপি নে আপত যোগদান কৰিব সেই সন্দৰ্ভত একাংশৰ মনত বহু প্ৰশ্নৰ উত্থাপন হৈছিল যদিও নেতা গৰাকীয়ে এই সন্দৰ্ভত বিতৰ্কৰ পৰা বিৰত আছিল।

জানিব পৰা মতে, হাৰ্দিক পেটেলে ২ জুন তাৰিখে বিজেপিত যোগদান কৰিব। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই হাৰ্দিক পেটেলে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -

WordPress database error: [Can't create/write to file '/tmp/#sql_1dcd0_0.MAI' (Errcode: 30 "Read-only file system")]
SHOW FULL COLUMNS FROM `wbap_options`