40.2 C
Guwahati
Friday, May 3, 2024

পত্নী আৰু বন্ধুক হত্যা কৰি নিজেও বাছি ল’লে আত্মহননৰ পথ

Must Read

 


শুকুৰবাৰে পুৱা মানালীৰ এখন হোটেলত দিল্লীৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নী আৰু বন্ধুক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মানালী ভ্ৰমণলৈ অহাই কাল হৈ পৰিল পত্নী গৰাকীৰ বাবে।

আক্ৰমণৰ পৰা কোনোমতে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰিল যদিও ঘটনাস্থলীতে মৃত্যুক আকোঁৱালি লব লগা হয় বন্ধু জনে। পত্নী আৰু বন্ধুক আক্ৰমণ কৰি আক্ৰমণকাৰীজনে নিজেও আত্মহত্যাৰ পথ বাচি লয়।

আনহাতে, পুৱাৰ ভাগত গুলীবৰ্ষণৰ শব্দ শুনি হোটেলৰ কৰ্মচাৰীসকল দৌৰি আহিছিল হোটেলৰ ৰুমলৈ আৰু ৰুমলৈ আহি মজিয়াত দুটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে, লগে লগেই হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে ।

উল্লেখযোগ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । আহত পত্নী গৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -