29 C
Guwahati
Thursday, May 16, 2024

NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত গোচৰ

Must Read

NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ। CIDত গোচৰ তৰিলে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই। হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰে আপোচ কৰাৰ অভিযোগ। বিশেষ ছফটৱেৰৰ জৰিয়তে NRCত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ।NRC উন্নীতকৰণত বংশবৃক্ষৰ হোৱা নাছিল সঠিক পৰীক্ষণ।

হাজেলাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননাৰ অভিযোগ। বংশবৃক্ষ পৰীক্ষণত ব্যৱহৃত ছফটৱেৰক লৈ বিস্ফোৰক অভিযোগ। ব্যৱহৃত ছফটৱেৰৰ জৰিয়তে সম্ভৱ নাছিল গুণগত পৰীক্ষা। হাজেলা আৰু একাংশ বিষয়াৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু গোচৰ। ভাৰতীয় দণ্ডবিধিৰ 120 B, 166 A, 167, 181, 218, 420, 466, RW SEC 34ত গোচৰ ৰুজু। OIৰ ক্ষেত্ৰতো ব্যাপক জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ হিতেশ দেৱ শৰ্মাৰ।তদন্তত সকলো তথ্য পোহৰলৈ অহাৰ পাছতো গাপ দিছিল পূৰ্বৰ সমন্বয়কে!

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -