31 C
Guwahati
Saturday, June 10, 2023

বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানখন ধ্বংস- AN-225 cargo plane

Must Read

Russia Ukraine War

বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানখন ধ্বংস

বিমানখন কিয়েভৰ ওচৰৰ বিমানক্ষেত্ৰত ৰাছিয়াৰ সৈন্যই ধ্বংস কৰে

ইউক্ৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডিমিট্ৰো কুলেবাই এই কথা সদৰী কৰে

এএন-225 ‘মৃয়া’ – অৰ্থাৎ ইউক্ৰেইনৰ ‘ড্ৰীম’ –

ইউক্ৰেইনৰ এৰোনটিক্স কোম্পানী এণ্টনভৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল এয়াৰক্ৰাফটখন,

আৰু বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো বিমান হিচাপে যোগ্যতা অৰ্জন কৰিছিল,

বিমানখন পুনৰ নিৰ্মাণ কৰি এক শক্তিশালী, মুক্ত আৰু গণতান্ত্ৰিক ইউক্ৰেইনৰ সপোন পূৰণ কৰিব বুলি,” বিমানখন ধ্বংস হোৱাৰ বাবে শোক প্ৰকাশ কৰি ইউক্ৰেইনে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰে।

- Advertisement -
- Advertisement -

Latest News

Twitter suspends ANI Twitter account: The news agency has around 7.6 million followers

Twitter suspends ANI Twitter account:  Twitter has suspended the handle of one of India's largest news agencies ANI, because...
- Advertisement -

More Articles Like This

- Advertisement -