24 C
Guwahati
Tuesday, May 7, 2024

১০ বছৰৰ বাবে অস্কাৰৰ মঞ্চত নিষিদ্ধ হ’ল উইল স্মিথ

Must Read

১০ বছৰৰ বাবে অস্কাৰৰ মঞ্চত নিষিদ্ধ হ’ল উইল স্মিথ

একাডেমীৰ ব’ৰ্ড অৱ গভৰ্ণৰছে ঘোষণা কৰে যে উইল স্মিথক অস্কাৰকে ধৰি সকলো একাডেমী অনুষ্ঠানৰ পৰা দহ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। অস্কাৰৰ মঞ্চত কমেডিয়ান তথা অনুষ্ঠানটোৰ ঘোষক ক্ৰিছ ৰকক চৰ মাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল অভিনেতা উইল স্মিথে।

ক্ৰিছ ৰকে উইল স্মিথৰ পত্নীৰ চুলি নথকাক লৈ কিছু বিৰূপ মন্তব্য আগবঢ়াইছিল। যাৰ বাবেই ক্ৰোধান্বিত হৈ পৰিছিল স্মিথ। যি ঘটনাৰ পাছত ক্ষমাও খুজিছিল স্মিথে। লগতে অস্কাৰ কমিটিয়ে যি শাস্তি প্ৰদান কৰে সেয়া মূৰ পাতি লব বুলিও কৈছিল।

অস্কাৰ কমিটিয়ে এই সন্ধৰ্ভত বিচাৰ বিবেচনা কৰি অভিনেতা উইল স্মিথক ১০ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰে। অস্কাৰৰ অনুষ্ঠানত ১০ বছৰৰ বাবে উপস্থিত থাকিব নোৱাৰিব স্মিথ।
- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -